ফটাঢোল

কৌতুক – ৰিতন বৰুৱা

পতিঃ হেৰা, হেৰা শুনিছানে?

পত্নীঃ কি হ’লনো, অনবৰতে চিঞৰি থাকে যে?

পতিঃ বৰ কাঁহে ধৰিছে হে, মোৰ ঔষধৰ বটলটো লৈ আহাঁ।

পত্নীঃ উহঃ ৰাম এইজনৰ পৰা শান্তি নাপাওঁ আৰু (মনে মনে)। বোলো নি আছো।

পতিঃ হেৰা, এই ৰাম ( Rum) ৰ বটলটো কিয় দিলা? দৰবৰ বটলটোহে বিচাৰিছো।

পত্নীঃ মই সেইটো ফেনাইলৰ বটল বুলিহে দিছিলো।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *