আজি ঠাণ্ডা বতৰ – ভাস্কৰ বৰ ডেকা
আজি ঠাণ্ডা বতৰ
দোকানৰপৰা কিনি আনি খাব লাগবো ভজা মটৰ
দি আছে কিনকিনিয়া বৰষুণ আজি
মাংস খাবা লৈ আছোঁ দাঁতকেইটা ভালকে মাজি
কম্বলৰ তলত সোমাই কৰিম ফেচবুক
ফটো আপলোড দি কেপচন লিখিম “হাউ দিদ আই লুক”
বৰষুণৰ বতৰত শুৱা এ বৰ মজা
বৰলাসকলৰ কাৰণে এইটো কিন্তু ‘চজা’৷
☆★☆★☆
5:19 pm
ভাল লাগিল ভাস্কৰ