ফটাঢোল

কৌতুক – জ্ঞান বৰদলৈ

(বিবাহিত পুৰুষৰ হিতাৰ্থে)

আপুনি যিহেতু বিবাহিত, আপুনি যিকোনো সময়তে বিপদত পৰিব পাৰে। কিন্তু কেতিয়াও, মৰি গ’লেও আপোনাৰ পত্নীৰপৰা টকা-পইচা ধাৰ নকৰিব।

মই নিজে দেৰ বছৰৰ আগতে ১০ হাজাৰ টকা ধাৰে লৈছিলোঁ। এতিয়ালৈকে দুবাৰ ধাৰ মাৰিলো। তথাপিও বোলে তিনি হাজাৰ বাকী আছেই।

সেইখনহে কেনেকুৱা নেওঁতা, কোন পঢ়াশালিত পঢ়িবলৈ পাই আজিলৈকে বুজিব নোৱাৰিলো।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *