কৌতুক – পৰিশ্মিতা বৰদলৈ
পতি : হেৰা শুনিচানে.. আজি বাপ্পি লাহড়িকে লৈ আনো নেকি?
পত্নী – মানে!
পতি : আৰে.. আজি বাপ্পি লাহড়িকে ভাত খাব মাতো নেকি??
পত্নী – কি আবোল তাবোল বলকি আছা! ইমান কাম আছে আকৌ কাক ভাত খাবলৈ মাতা?
পতি : নহয় মানে আজি ধনটেৰাচ নহয় জানো?
পত্নী – হয় চাগে, পিচে কি হ’ল?
পতি : হে: হে: তুমি একোৱেই নাজানা ঔ, এনেয়ে মোৰ ওপৰত চব জনা দেখুওৱা.. কালি মানে মোৰ লগৰ এজনে কৈচে যে “বাপ্পি দাদা জন্ম হোৱা নাছিলটো, তেওঁক ধনটেৰাচৰ দিনা মাক-বাপেকে হস্পিতালৰ পৰা লৈ আনিচিলে”
সেয়ে মই ভাবিচো আজি ধনটেৰাচৰ দিনা বাপ্পি লাহড়ি দাদাক ভাত খাবলৈকে মাতো.. আমাৰো ধনটেৰাচ পতা হৈ যাব.
☆ ★ ☆ ★ ☆
12:28 am
হাঃ হাঃ