July 1, 2020 কৌতুক 2 Comments কৌতুক- মনজীত লোকেল খাই আমাৰ গাঁৱৰ লিটিকাইৰ মুখৰে যিটো ভকেল ওলায়, বাটৰুৱাই কাণত ধৰি যাব লগা হয়। পিচে সি আত্মনিৰ্ভৰশীল হ’ব নোৱাৰিলে আজিও। সদাই কোনোবা নহয় কোনোবাই খালৰ পৰা দাঙি উঠাই দিব লাগে। ☆ ★ ☆ ★ ☆
12:10 pm
একেবাৰে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সকলো দিশ মিলি আছে ইয়াত।??
1:02 pm
??