ফটাঢোল

মধ্যবিত্তৰ জীৱনপথ-প্ৰাঞ্জল পায়েং

কাঁইটীয়া পথ অতিক্ৰম কৰি আগবাঢ়ে মধ্যবিত্তৰ জীৱন, ওৰ নপৰে সমস্যাবোৰ, এটা সমাধান হয়, আন এটাই মূৰ দাঙি থিয় হৈ ৰয়। তথাপি এই জীৱন বৰ অনুপম বুলি হাঁহি হাঁহি আগবাঢ়ে মধ্যবিত্তৰ জীৱন।
☆ ★ ☆ ★ ☆

One comment

Leave a Reply to বন্দিতা Cancel reply

Your email address will not be published. Required fields are marked *