ফটাঢোল

লকডাউন-প্ৰাঞ্জল পায়েং

মানৱৰ লালসাৰ নহয় যে অন্ত
যেন জীয়াব এই ধৰাত অনন্ত
জীৱশ্ৰেষ্ঠৰ লালসাত প্ৰকৃতি আজি ৰুষ্ট
ক্ষোভিত প্ৰকৃতিৰ ৰোষত আজি সেয়ে বন্দী জীৱশ্ৰেষ্ঠ

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *