ফটাঢোল

কৌতুক- বিজয় মহন্ত

1.
নগেনে কথা ক’লে সদায় ৰেফ এদাল লগাই কৈছিল ভাবিছিল তেনেকে ক’লে ইচমাৰ্ট শুনি৷
টেট বাইদেউঃ লিখাচোন বছৰত কেইমাহ থাকে
নগেনঃ বাৰ্
টেট বাইদেউঃ বাৰৰ কথা কোৱা নাই মাহৰ কথা কৈছো
নগেনঃ এক ডজন থাকে বাইদেউ৷
টেট বাইদেউঃ গুড!
নগেন ফিলিং ইচমাৰ্ট এগেইন!

2.
ইচকুলত বাইদেউ নতুন৷ সকলোৰে নাম আৰু ঘৰ ক’ত সুধিছে এফালৰ পৰা৷
যদুঃ যদু বৰা, মধুপুৰ৷
মধুঃ মধু গগৈ, কমলাবাৰী৷
কমলাঃ কমলা দেৱী, মাখনিগাওঁ৷
মাখনীঃ মাখনী বৰা, গজমূৰা গাওঁ৷

নগেনৰ পাল পৰিল৷ সি দোধোৰমোধোৰত পৰিল৷ এতিয়া নগেন বুলিলেও বাইদেৱে আৰু বাকীবোৰে হাঁহে যদি? সবেই তালে চাই ৰৈ আছে তাৰ পাল পৰিছে কাৰণে৷ লাহেকে ক’লেঃ
নগেনঃ গজমূৰা মহন্ত, চাচনী৷

☆ ★ ☆ ★ ☆

6 Comments

  • ডলী

    হা হা

    Reply
  • মুকুট শৰ্মা

    হা হা হা

    Reply
  • Trishna Bora

    হা হা?

    Reply
  • কাবেৰী মহন্ত

    বিজয়, তুমি সদায়ে ফালি দিয়া৷

    Reply
  • PG99BET ทางเข้า เป็นเยี่ยมในคาสิโนออนไลน์ชั้นแนวหน้า ที่ให้บริการเกมครบทุกสิ่งทุกอย่าง รวมทั้งตัวเลือกการกีฬาที่นานัปการ PG SLOT สำหรับผู้เล่นชาวไทย

    Reply
  • mabet99 ในโลกของการเล่นเกมพนันออนไลน์, สล็อตเป็นเลิศในเกม pg slot ยอดนิยมอย่างมากมาย เกมสล็อตไม่เฉพาะแต่เสน่ห์ด้วยภาพและก็เสียงที่น่าทึ่งเพียงแค่นั้น และยังสนุกมากๆอีกด้วย

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *