ফটাঢোল

মূল :ছুটি,লেখক: শঙ্খ ঘোষ,অনুবাদ-ছা-হা-বা হাৰ্টি

হয়তো আহিছিল। কিন্তু মই দেখা নাই।

এতিয়া কি সি বহুদূৰলৈ গুচি গৈছে?

যাব। যাব। যাব।

সকলোতো ঠিক কৰাই আছে।

এতিয়া কেৱল বিদায় লোৱা,

সকলোৰে ফালে চকু,

বিদায়ৰ সময়ত প্ৰণাম, প্ৰণাম!

কি নাম?

মোৰতো কোনো নাম নাই, দুখন নাও বান্ধি থোৱা আছে,

দূৰত

সকলোৱে জাল পাতিছে সমুদ্ৰত।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *