ফটাঢোল

কৌতুক – উৎপল জোনাক হাজৰিকা

চূণখোৱা পজিটিভ মাইণ্ডৰ মানুহ৷ কয়, হওক হওক, ভাললৈকে হৈছে; ভাল ভাল বুইছে, পাব লাগে পাবলাগে৷ সিদিনা ইচকুটিখন লৈ বাটৰ কাষত ৰৰৈয়ানিমূৰে কপালে হাত দি বহি আছে৷

চূণখোৱাঃ হেৰি, কি হ’ল আপোনাৰ?

ৰৰৈয়ানীঃ দেখা নাই, এক্সিডেন্ট৷

চূণখোৱাঃ হওক হওক ভাললৈকে হৈছে৷

ৰৰৈয়ানীঃ কি? ইমান দুখ পাইছো উঠিবকে পৰা পৰানাই৷

চূণখোৱাঃ ভাল ভাল বুইছে, পাব লাগে পাব লাগে৷

ৰৰৈয়ানীঃ কটা নিধক!

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *