ফটাঢোল

বিভিন্নজনৰ একলম – ৰিতুপৰ্ণ বৰা

‘ফটা ঢোল’ মোৰ বাবে কেৱল মাত্ৰ এখন আলোচনী নহয়। ব্যস্ত জীৱনৰ যান্ত্ৰিকতাবোৰ পাহৰি আপোন আপোন লগা মানুহখিনিৰ লিখনিবোৰত হাঁহি আৰু মৰম বিচাৰি লোৱাৰ এক মাধ্যম ‘ফটা ঢোল’ আলোচনীখন।

☆★☆★☆

4 Comments

  • ৰিণ্টু

    ৰিতু, তুমি ফটাঢোল ই-আলোচনীৰ বাবে যিখিনি কষ্ট কৰিছা, সেইয়া স্বীকাৰ নকৰিলে পাপে চুব। জন্মলগ্নৰ পৰা আজিলৈ সদায় তোমাৰ সহায় পাই আহিছো। আশা ৰাখিছো, সদায় এইদৰে আমাৰ লগত থাকিবা

    Reply
    • Rituparna Bora

      আপোনালোকৰ পৰা পোৱা মৰম আৰু উৎসাহৰ বাবেই সম্ভৱ হৈছে এইয়া। সদায় একেলগে কাম কৰি যাম দাদা।

      Reply
  • ফটোখন ভাল লাগিছে আক’ ? তোৰ ৷

    Reply
  • Rituparna Bora

    আপোনালকৰ মৰম আৰু উৎসাহৰ বাবেই এইয়া সম্ভৱ হৈছে। সদায় একেলগে কাম কৰি যাম দাদা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *