ফটাঢোল

বিভিন্নজনৰ একলম – ধৰিত্ৰী শৰণীয়া

ফটা ঢোল গোটটোৰ আশাসুধীয়া চেষ্টাৰ ফল হ’ল এই ইণ্টাৰনেট আলোচনীখন। আলোচনীখনে এবছৰ পাৰ কৰিলে। বিভিন্নজনৰ কষ্টই ৰং ল’লে আৰু আজি আলোচনীখনে দোপত দোপে জনপ্ৰিয়তাৰ দিশত গতি কৰিছে। বহুজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ব্যতিক্ৰমী আলোচনীখনত দ্বিগজ লিখকসকলৰ লগতে আগত ক’তো লিখি নোপোৱা লিখকসকলৰ লিখনিসমূহক স্থান দিয়াত তেওঁলোকৰ মনোবল বঢ়াত সহায় কৰিছে। আশা ৰাখিছোঁ আলোচনীখনে এনেদৰেই আৰু বহুত নতুন লিখকৰ জন্ম দিব, যিসকলে ক’ব যে, মই প্ৰথম ফটা ঢোলত লিখিছিলোঁ।
জয়তু ফটা ঢোল।

☆★☆★☆

4 Comments

Leave a Reply to ধৰিত্ৰী শৰণীয়া Cancel reply

Your email address will not be published. Required fields are marked *