ফটাঢোল

বিভিন্নজনৰ একলম – অৰ্চনা কলিতা

ফেচবুকৰ হাস্য-ব্যংগ গোট ফটা ঢোলৰ দ্বাৰা প্ৰকাশিত ‘ফটা ঢোল’ ই-আলোচনীখনে অসমীয়া হাস্য-ব্যংগ সাহিত্যক এক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে। বৰ্তমানৰ ব্যস্ততাময় একঘেয়ামী জীৱনবোৰত মানুহে হাঁহিবলৈয়ো পাহৰি যায়। তেনেস্থলত যোৱাবছৰ জুলাই মাহৰ পৰা প্ৰতিমাহে প্ৰকাশ হৈ অহা ‘ফটা ঢোল’ ই-আলোচনীখনে আমাৰ দৰে পঢ়ুৱৈক নিশ্চয় আকৰ্ষিত কৰিছে। হাস্য-ব্যংগ সাহিত্যৰ প্ৰতিটো দিশেই আলোচনীখনে সামৰি লোৱা বুলি ক’ব পাৰি। প্ৰতিটো শিতানেই আকৰ্ষণীয়। অসমীয়া হাস্য-ব্যংগ সাহিত্যত ‘ফটা ঢোল’ ই আলোচনীখন এক মাইলৰ খুঁটিৰূপে পৰিগণিত হওক। ‘ফটা ঢোল’ ই-আলোচনীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। জয়তু ফটা ঢোল।

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    অৰ্চনা, খুব ভাল লাগিল। ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই সুন্দৰ মতামত এটা দিয়াৰ বাবে।

    তোমালোক দুয়োজন ফটাঢোলৰ অভিন্ন অংগ, সদায় এইদৰেই ফটাঢোলৰ লগত সুখে-দুখে জড়িত থাকিবা বুলি আশা কৰিলো

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল অৰ্চনা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *