ফটাঢোল

কৌতুক – শিল্পাশ্ৰী দাস

পত্নী : হেৰি শুনিছেনে , কথা এটা কওকচোন৷ আপোনাৰ আটাইতকৈ ভয় লগা বস্তু বা কথাষাৰ কি?

পতি নিমাত।

পত্নী : বোলো হেৰি শুনিছেনে ! কিবা এটা সুধিছোঁ মই৷ একো নামাতিলে যে?

পতি : প্ৰশ্নতেই যেতিয়া উত্তৰটো সোমাই থাকে, তেতিয়া নিমাত হোৱাৰ বাহিৰে উপায়নো আছে কি ?

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *