ফটাঢোল

সমস্যা – ধুৰ্জটি কাকতি

এনে এটা সমস্যা কওক যি পাৰিবাৰিক আৰু সামাজিক দুইটা সমস্যা হ’ব পাৰে৷

উত্তৰ: নাকৰ ঘৰঘৰনি৷ নিজৰ বেদৰুমত হৈছে ই এটা পাৰিবাৰিক সমস্যা, কিন্তু ৰেল বাছ আদিত ই এটা সামাজিক সমস্যা৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *