ইংৰাজী পঢ়াৰ সহজ উপায় – ব্ৰক্ষ্মানন্দ পাটিৰি
হেকা: ঐ বিজয়, এই পুৱাই তই ধৰিলিনে?
বিজয়: নহয় মানে আজি হকাৰটোৱে ভুলতে অসমীয়া বাতৰিখনৰ সলনি ইংৰাজী এখনহে দি গ’ল।
হেকা: তাতে কি হ’ল?
বিজয়: নহয় মানে সেইবিধ নধৰিলে মোৰ ইংৰাজী পঢ়োঁতে অসুবিধা হয়।
☆★☆★☆

11:33 am
তামাম