ফটাঢোল

কৌতুক – বিজয় মহন্ত

শ্ৰেণী কোঠাৰ পৰা

নগেন: শইকীয়া চাৰ আপোনাৰ হবী কি?

শইকীয়া ছাৰ: জ্যোতিষ চৰ্চা কৰা।

গজেন: মোৰ জন্ম ইমান চনৰ ইমান তাৰিখে। সোৱৰণীৰ নাম অমুক। মোৰ চাই দিয়কছোন।

শইকীয়া ছাৰ: হেৰৌ মই এনেকৈ নাচাওঁ। বিয়াঘৰত হে হাত চাওঁ।

থোলোক: অ সেয়ে বিয়াঘৰত মহিলাসকলে আপোনাক আগুৰি ধৰি থাকে ন ছাৰ? আৰু মহিলাৰ হাতত ধৰি তেওলোকৰ ভৱিষ্যৎ কৈ থাকে মানে?

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *