কৌতুক – বিজয় মহন্ত
শ্ৰেণী কোঠাৰ পৰা
নগেন: শইকীয়া চাৰ আপোনাৰ হবী কি?
শইকীয়া ছাৰ: জ্যোতিষ চৰ্চা কৰা।
গজেন: মোৰ জন্ম ইমান চনৰ ইমান তাৰিখে। সোৱৰণীৰ নাম অমুক। মোৰ চাই দিয়কছোন।
শইকীয়া ছাৰ: হেৰৌ মই এনেকৈ নাচাওঁ। বিয়াঘৰত হে হাত চাওঁ।
থোলোক: অ সেয়ে বিয়াঘৰত মহিলাসকলে আপোনাক আগুৰি ধৰি থাকে ন ছাৰ? আৰু মহিলাৰ হাতত ধৰি তেওলোকৰ ভৱিষ্যৎ কৈ থাকে মানে?
☆★☆★☆
3:10 pm
হাঃ হাঃ
11:14 pm
হা: হা:
6:37 pm
হাঃ হাঃ। শইকীয়া চাৰৰ কথাই বেলেগ।