ফটাঢোল

কৌতুক – দেৱজিত শইকীয়া

শ্ৰীমান থুলুক দত্তই পঞ্চায়ত ইলেকচনৰ নমিনেচন পেপাৰ চাবমিট কৰিছিল, পিছে কেঞ্চেল হ’ল৷

কাৰণ থুলুকে ফৰ্মত লিখিছিল

লিংগঃ লিংগ নিৰ্ধাৰণ এতিয়ালৈ কৰা নাই, ক’ব নোৱাৰিম।

(ব্ৰেকেটত লিখিছিল “আইন মতে দণ্ডনীয় বোলে সেয়ে জন্মতে মা দেউতাইও মোৰ লিংগ নিৰ্ধাৰণ নকৰালে মইও ভয়তে নকৰিলোঁ ৷ গতিকে নাজানোঁ )

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *