ফটাঢোল

কৌতুক – ড০ মাখন লাল দাস

পত্নী: আপনাক কথা এটা সুধলি বয়া পাবো নাকি?

পতি: নাপংদে, সুধ…

পত্নী: মৰাৰ পাছোত আপনি আহুন স্বৰ্গত কি পাবো?

পতি: আমি অপ্সৰা পাম, অপ্সৰা৷

পত্নী: আৰু আমি কি পাম দক?

পতি: তুহুন বান্দাৰ পাবি বান্দাৰ৷

পত্নী: হাও৷ ইটু আৰু কেনে কথা? ইটু মহা অন্যায় হৈছে দক৷

পতি: কিহোৰ অন্যায় এ?

পত্নী: আপনি আহুন ইয়াতো অপ্সৰা পাইছে, তাতো অপ্সৰা৷ আৰু আমি ইয়াতো বান্দাৰ পালো আৰু তাতেও বান্দাৰ???

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *