ফটাঢোল

কৌতুক – ৰাকেশ শৰ্মা

১/ হঠাৎ কালি জুবিনৰ অনুৰাগী এজনক লগ পাই সুধিলোঁ,

: জুবিন দাক ভাল পোৱাৰ পিছত তুমি উল্লেখনীয় কি কাম কৰিলা?

অনুৰাগী: ফেচবুকত নামৰ আগত ZG লিখিলোঁ৷

২/ আজি মই নিজৰ ৱালেট, ঘড়ী আৰু মোবাইল এটা ল’ৰাক দান কৰি দিলোঁ।

মোৰ সুখ দেখি আপোনালোক আচৰিত ন’হব। বস্তুখিনি দিয়াৰ পিছতে হেৰামিটোৱে বন্দুকটো পিছফালৰ পকেটত ভৰাই থ’লে।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *