ফটাঢোল

ফটাকৌতুক – কমল তালুকদাৰ

পুত্ৰ: অ’ মাঁ, পিতাইক কচোন টকা ২০০ দিবলৈ অসমীয়া অভিধান এখন কিনো৷

মাক: হেৰি শুনিছেনে! বোলো কণটিৰ দেউতাক, পুতেকক হেনো ২০০ টকা লাগে নিদিয়ে কিয়নো? কিবা হেনো অসমীয়া ধান কিনিব।

দেউতাক: হেৰৌ; দুটিকৈ গুটি ধানৰ ভঁ‌ৰাল, এইখিনিৰে বছৰ দিন চলি যাব। আহু, শালি, বৰাধানে গিজগিজাই আছে তোক আৰু নতুনকৈ কি অসমীয়া ধান লাগে ঐ?

☆★☆★☆

3 Comments

  • মজ্জা।

    Reply
  • পম্পী

    বৰ মজা লাগিল পাই

    Reply
  • Bhukumoni

    পৰী: ঐ কলিজা মোলৈ চেমিজ ইটা আনিবাচোন
    পতি : কনিটোত পিন্ধিবানে বুকুত পিন্ধিবা
    পৰী: তোমিয়ে চাই দিয়াচোন
    পতি :বেহোচ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *