ফটাকৌতুক – কমল তালুকদাৰ
পুত্ৰ: অ’ মাঁ, পিতাইক কচোন টকা ২০০ দিবলৈ অসমীয়া অভিধান এখন কিনো৷
মাক: হেৰি শুনিছেনে! বোলো কণটিৰ দেউতাক, পুতেকক হেনো ২০০ টকা লাগে নিদিয়ে কিয়নো? কিবা হেনো অসমীয়া ধান কিনিব।
দেউতাক: হেৰৌ; দুটিকৈ গুটি ধানৰ ভঁৰাল, এইখিনিৰে বছৰ দিন চলি যাব। আহু, শালি, বৰাধানে গিজগিজাই আছে তোক আৰু নতুনকৈ কি অসমীয়া ধান লাগে ঐ?
☆★☆★☆
11:04 pm
মজ্জা।
12:39 pm
বৰ মজা লাগিল পাই
12:43 pm
পৰী: ঐ কলিজা মোলৈ চেমিজ ইটা আনিবাচোন
পতি : কনিটোত পিন্ধিবানে বুকুত পিন্ধিবা
পৰী: তোমিয়ে চাই দিয়াচোন
পতি :বেহোচ