ফটাঢোল

আপদীয়া পদ্য – ধনজিত বৰুৱা

নিয়ঁৰ পৰি জিলিকি আছে বাংলাদেশ সীমাৰ কাটাতাঁৰ
মহান ভোটাৰ মহৎ লক্ষ্য আমাৰ মহৎ চৰকাৰ
ফুচফুচাই কয় সোমাওক দিয়া
এনেকেয়ে চলিব ভোটৰ ক্ৰীড়া
হাজাৰ বছৰৰ সভ্যতাৰ নো আজি কাক দৰকাৰ |

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *