ফটাঢোল

লিমাৰিক – ধনজিত বৰুৱা

প্ৰেম বৰণীয়া ছাতি দুটি হাতৰ খামোচ
মিঠা টেঙা তেতেলীৰ যে কাঠৰ চামুচ
খেনোৰ জীৱন চলি যায়
কাঠ চেলেকে নজনাই
জীৱনে দিয়ে কেতিয়াবা শিলত পেলাই ধুমুচ

জীৱন ডিঙা ৰিঙা ৰিঙা প্ৰেম মেন্থল লাইট
চিনেমা বা আচল জীৱন হব্বই এখন ফাইট
বুকুৰ মাজত জ্বলে
ঈশ্বৰে নোৱাৰে বলে
ডেটিং বা আফটাৰ মেৰেজ অমুকাহে ৰাইট

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *