ফটাঢোল

ফুচুৰি – কমল তালুকদাৰ

মালিক = ঐ ৰাম লাল, ৰাতি যে ভূমিকম্প এটা আহিছিল তই গ’ম পাৱ নে নাই?

ৰাম লাল = আৰে ক্যা বাত কৰতা হ্যেঁ‌ মালিক, মইটো চাৰা ৰাত জাগি আছে! মোৰ আগত কিনে ভূমিকম ক্যা একটা পৰিন্দা ভি পাৰ হ’ব নেহি পাৰেগা।

☆★☆★☆

One comment

  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *