কৌতুক – সোনটো ৰঞ্জন বৰুৱা
এজন পুৰুষে নিজৰ দেৰবছৰীয়া ল’ৰাটো স্কুললৈ আনি আছে৷ ল’ৰাটোৰ কান্দি কাটি অৱস্থা নাই৷ ৰাষ্টাতে গাঁৱৰ বয়োজেষ্ঠ এজনে লগ পাই সুধিলে।
: হেৰৌ ইমান কণমানি ল’ৰাটোক কি পঢ়িবলৈ দিয়গৈ৷
: দাইটি কি পঢ়ে নপঢ়ে, তাত মোৰ মতলব নাই৷ মাত্ৰ চৰকাৰে যি কৰিবলৈ কৈছে তাকে কৰিছোঁ৷
: চৰকাৰে আকৌ কি ক’লে?
: কৈছে, দুচৰা বচ্চা কৱ, পহলা স্কুল যায়ে তৱ৷
☆★☆★☆