ফটাঢোল

আজি ১২ তাৰিখ -প্ৰতিভূ দত্ত

পুৱা তেতিয়া ১০ বাজিছে ৷ অফিছত বহি আছো ৷ মোবাইলটো বাজি উঠিল ৷ চাই দেখিলো শ্ৰীমতীৰ ফোন ৷ সাধাৰণতে এই সময়ত তেওঁ ফোন নকৰে ৷ গাটো বাজিল ৷ কিবা অঘটন ঘটিল নেকি আকৌ ! ভয়ে ভয়ে মাত দিলো, ‘‘অঁ কোৱা৷’’ ‘‘আজি কি তাৰিখ ?’’, শ্ৰীমতীৰ তেনেই চুটি তথা পোনপটীয়া প্ৰশ্ন ৷ আজি ১২ তাৰিখ বুলি জানো যদিও সন্মুখৰ কেলেণ্ডাৰখনলৈ এবাৰ চাই ক’লো, ‘‘আজি ১২ চেপ্টেম্বৰ !’’ তাৰ পাছত মই একো ক’বই নাপালো ৷ শ্ৰীমতীয়ে ফোনটো কাটি দিলে ৷ সাংঘাতিক চিন্তাত

Read more

কাৰ্টুন – দীপজ্যোতি তালুকদাৰ

☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ – বোৱাৰী! অ’ বোৱাৰী ? ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆   ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆   – তই সোনকালে আহ! বোৱাৰীৰ পেৰেলাইচিছ হৈছে নেকি? মুখখন বেকাঁ, চকুৰ মণি দুটা ওপৰত আৰু ডিঙিটোও বেকাঁ হৈ ৰৈ আছে.. ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆ ☆★☆   তুমি একো চিন্তা নকৰিবা মা.. তাই চেল্ফি লৈ আছে !  

Read more

বিশ্বকৰ্মায়ো মোক সুদাই এৰা নাই – দেৱাংগ পল্লৱ শইকীয়া

২০০০ চনত আমাৰ এখন স্কুটাৰ আছিল। এন ভি। আমাৰ বাবে ঢেৰ। হোষ্টেলৰ পৰা ঘৰলৈ গ’লে সেইখনত উঠি পাক দিওঁ। ৰং-বৰণ, কণ্ঠ চব ঠিকেই আছিল, মাত্ৰ কেতিয়াবা মন গ’লে ষ্টাৰ্ট বন্ধ হয়। তাৰপিছত সাধ্য নাই। মন গ’লে এবাৰতে হ’ল, মন নগ’লে নাই। গৰমৰ বন্ধত ঘৰলৈ যাওঁতে এদিন সেইখন লৈ টাউনৰ ফালে টহল দি আছিলো। কোনো সমস্যা নিদিয়াকে চলি আছিল। হঠাতে বাটতে বন্ধুক ৰৈ থকা দেখা পাই স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ কৰি বন্ধুৰ লগত কথা পাতিবলৈ ধৰিলো। আনটো দিশৰ পৰা কটনত একেলগে পঢ়া

Read more

এখন ফুটবল মেচ -দেৱ প্ৰতিম

চাওঁতে চাওঁতে সেই দিনটো আহিল। আমি অধীৰ আগ্ৰহেৰে এই দিনটোলৈ বাট চাই আছিলোঁ। সিহঁতে আমাক আজি ছমাহ আগতে অপহৰণ কৰি লৈ গৈছিল। এমাহ আমি একো ধৰিব পৰা নাছিলোঁ ক’ত আছো, ঠাইডোখৰ অদ্ভুৎ আছিল। এমাহ পাছত সিহঁতৰ মূল ব্যক্তিজন আহিছিল আৰু আমাক অপহৰণ কৰাৰ উদ্দেশ্য কৈ গৈছিল লগতে কৈছিল সেই ঠাইডোখৰৰ কথা। আমাক সিহঁতে এটা বেলেগ গ্ৰহলৈ অপহৰণ কৰি লৈ গৈছিল। গ্ৰহটোৰ নাম আছিল ছকাৰীয়। গ্ৰহটোৰ গোটেই ঘৰবিলাক ফুটবলৰ দৰে আছিল। মানুহবিলাকে হাতত অনবৰতে এটা গোলাকৃতিৰ বস্তু লৈ ফুৰিছিল। সিহঁতৰ মাৰণাস্ত্ৰবিলাকো

Read more

পূজাৰ বোনাছ – সোণটো ৰনজন বৰুৱা

“হে’ৰা, আজি ১২তাৰিখ হ’লহি, বোনাছৰ টকা দিবানে? “ পুৱাই মাতাৰ হুঁ‌টা মাত শুনি বাবাৰ নিচা ফাটো ফাটো হ’ল৷ কাষতে ভাং কুটি থকা নন্দী কোন তলকত নাইকিয়া হ’ল এজনেও ধৰিব নোৱাৰিলে৷ নিচাত তললৈ দোঁ‌ খোৱা মূৰটো যেনেতেনে ওপৰলৈ তুলি বাবাই প্ৰশ্ন কৰিলে, …“ বোনাছ? হুৱাট ইজ ইট? কাক দিব লাগে? কিয় দিব লাগে? “ দাঁত মুখ কৰচি মাতাই ভোৰভোৰালে…… “দিনে নিশাই এইগাল টানি টানি সংসাৰ পাহৰি গ’ল, কাক, কি, কেতিয়া দিব লাগে মনত চব মই ৰাখিব লাগিব নেকি? এই যে তোমাৰ

Read more

সৰল সমীকৰণ – দিগন্ত বৰুৱা

কথাটো সেইদিনা একেবাৰে গুৰুত্ব দিয়া নাছিলো৷ নাছিলো মানে, একো বিশেষ গুৰুত্ব দিবলগীয়া কথাও নাছিল সেইটো৷ অৱশ্যে আগতেও কোনোদিন গুৰুত্ব দিয়া নাছিলো মোলোকাৰ কথা৷ হয়, মোলোকাৰ কথাই কৈছো! মোলোকা দোকানী। মোলোকা তাৰ গাঁৱত প্ৰচলিত নামহে৷ আচল নাম মুহিধৰ হাজৰিকা৷ গোটেই অঞ্চল জুৰি এতিয়া মোলোকা নামেৰেহে পৰিচিত সি৷ মুহিধৰ নামটো এতিয়া কালৰ কুটিল গৰ্ভত। প্ৰায় চাৰে চাৰিমাহৰ মুৰত গাঁৱৰ ঘৰখনলৈ আহিছো৷ আগতে ওচৰৰ টাউনখনত থাকোতে প্ৰতি শনিবাৰেই আহিছিলো৷ শনিবাৰে আবেলি আহি সোমবাৰে ৰাতিপুৱা ঘূৰি গৈ বাহিৰে বাহিৰে অফিছ কৰিছিলোগৈ৷ চাকৰি গুৱাহাটীলৈ ট্ৰেন্সফাৰ

Read more

গুনধৰৰ মহোৎসৱ – দিগন্ত বৰা

মহোৎসৱৰ নাম শুনিছো,ফল্গুৎসৱৰ নাম শুনিছোঁ৷ কিন্তু গুনোৎসৱৰ নাম আগতে শুনা নাছিলো৷ আনৰ কথা নাজানো, মোৰ দৰে শিক্ষকক কিন্তু এই গুনোৎসৱে ত্ৰাহি মধুসোদন দেখুৱাই দিছে বুজিছে৷ আমিবোৰেহে জানো৷ হেৰ’ অলপ প্ৰিপেৰেচন কৰিব নালাগে বুজিছে! এই গুনধৰ মাষ্টৰ ৰিটায়াৰ হ’ব হ’লোহি, কিন্তু জীৱনত দহ বজাত কোনোদিন স্কুল আহি পোৱা নাছিলো৷ কওঁতাও নাছিল, সোধোতাও কোনো নাছিল বাপেক্কে৷ এতিয়া চাল্লা সেই ৰামো হেৰাল, আৰু অযোধ্যাখনকো ৰিচাইকোলবিনতো নোপোৱা অৱস্থা৷ ন বজাৰ আগতে স্কুল হাজিৰ হ’বই লাগে৷ তাৰ মাজতে দুপৰৰ খানাৰ বজাৰ কৰিব লাগে৷ অলপ দিনৰ

Read more

মূকাভিনেতা মইনুল হকৰ সৈতে এক অন্তৰঙ্গ আলাপ

(মইনুল হক ডাঙৰীয়াৰ মূকাভিনয়ৰ এটা ভিডিঅ’৷ উৎস- ইউটিউব) যোৱা তিনিটা দশকৰ পূৰ্বলৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মূকাভিনয়ৰ কোনো ধৰণৰ চৰ্চাই নাছিল৷ তেনে এক সময়তে অসমত মূকাভিনয়ৰ বীজ সিঁচি এক সাংস্কৃতিক জাগৰণৰ সূচনা কৰা অন্যতম ব্যক্তি আছিল মূকাভিনেতা মইনুল হক৷ সত্তৰৰ দশকত তেখেত আছিল অসমৰ মঞ্চৰ এজন সফল কৌতুক অভিনেতা আৰু পিছলৈ নিজস্ব আশাসুধীয়া প্ৰচেষ্টা তথা সাধনাৰ বলত মইনুল হকে অসমৰ সাংস্কৃতিক জগতত এখন আছুতীয়া আসনেৰে মূকাভিনেতাৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল৷ ঐকান্তিক মনোবল আৰু ধৈৰ্যৰে আৰম্ভ কৰা সাধনাৰ বলতেই তেওঁ বৰ্তমান অসমৰেই নহয়,

Read more

ফটহু পুৰাণ – প্ৰসেনজিৎ গোস্বামী

(১) আমাৰ ফটহু স্মাৰ্ট বাপেকে ২০ টকা দি ২ কেজি নিমখ আনিবলৈ পঠিয়ালে৷ ফটহু খুচ, বহুদিনৰ মূৰত পইচা পাইছে হাতত৷ দোকান গৈ পায়ে দেখিলে দোকানীয়ে ৰঙা-নীলা চিপ্চৰ পেকেট ওলোমাই থৈছে৷ ফটহুৰ জিভাৰ পানী পৰি গ’ল, ভাবিলে কি কৰা যায়! পিছে লগত মাথো ২০ টকা হে আছে নিমখো নিব দিছে৷ তেনেতে দেখিলে বাৰাণ্ডাতে খোলা নিমখ বস্তাত ভৰাই থৈছে৷ এতিয়া স্মাৰ্ট ফটহু…. ফটহু: – দোকানী দা, খোলা নিমখৰ দাম কিমান? দোকানী: – ১০ টকা কেজি৷ ফটহু৷ : – ১ কেজি দিয়ক আৰু

Read more

অসমীয়া চিনেমাত ভবিষ্যতে বিখ্যাত হ'ব লগীয়া কেইটামান ডায়লগ… – মনজিত

(১) গ্ৰিন্দা স্বামী , মোক জোকাই লৈ তই ভাল কাম নকৰিলি| তই হয়টো নাজান ! wonders armyত ৰাকু দাৰ গুলি খাই গুন্দা কেইটাৰ যি খিনি তেজ ওলাই, সেই তেজক টমেট চচ বনাই ভেজ ৰ’ল বা ভেজ মম’ খোৱা মানুহ মই| জীয়াই থকাৰ ইচ্ছা আছে যদি মাফ খুজি ফেচবুকত tag কৰ মোক| (২) গ্ৰিন্দা স্বামী, মোৰ ইনবক্সত ব্লু হোৱেল গেমৰ লিংক দি বৰ ভাল কাম নকৰিলি| তই হয়তো মোক ইনডাইৰেক্টলি চেলেঞ্জ কৰিব পাৰ? কিন্তু তোৰ ভালৰ বাবে কৈ থওঁ ! মই

Read more
1 4 5 6 7 8