ফটাঢোল

কৌতুক- পূৰ্ণময়ী মেধি

কালি তাবিবৰৰ সমাজ অধ্যয়নৰ ক্লাছ আছিল। এনেয়ে গৰমত মূৰ গৰম হৈ আছিল। ক্লাছত এজনক সুধিলে,”গজানন ক’ছোন মাল ভূমি কাক বোলে?”

গজাননে মূৰ খজুৱাই খজুৱাই ক’লে,”চাৰ,যি ভূমিত বহি মাল খোৱা হয়, তাকেই মালভূমি বোলে।”

লগে লগে বৰফৰ ডাঙৰ টুকুৰা এটা মাছৰ বেপাৰীৰ পৰা আনি তবলাক বহাই থোৱা হ’ল।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *