ফটাঢোল

ভেলেণ্টাইন ডে –মৌচুমী বৰুৱা

সময়: তেৰ বছৰৰ আগৰ ভেলেণ্টাইন ডেৰ দিনা।( ২০০৪ চন )

স্থান: ৰাজমাও পুখুৰীৰ পাৰৰ পকী বেঞ্চ,

বিহজুই আৰু বনু চকুত চকু থৈ,

বনু: জানু মোলৈ আজি কি গিফ্ট আনিছা ?

বিহজুই: কলিজা মই দৰকাৰী আৰু কামত অহা বস্তুহে গিফ্ট্‌ দিওঁ জানাইচোন। এইখন লোৱা ৰুমাল আনিছো। চৰ্দি হৈ আছে নহয় তোমাৰ কামত আহিব।

বনু: থেংক ইউ জানু। কিন্তু কালাৰটো ভাল লগা নাই। বেঙুনীয়া ৰঙ বেয়া পাওঁ মই। আই লাভ ইয়েল্ল’। হালধীয়া মোৰ ফেভাৰিত।

সেইদিন ধৰি বিহজুইয়ে হেনো দাঁত ব্ৰাছ কৰা নাই। বিকজ চি লভচ্‌ য়েল্ল’ ইউ ন !!

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *