ফটাঢোল

দুষ্ট নাট্য – ইফটিখাৰ হুছেইন

: ফাৰদীন, মোক কথা এটা বুজাই দিয়াচোন ।
: কি কথা আব্বা ?
: হাচমত নামটো ল’ৰাৰ নে ছোৱালীৰ নাম ?
: ল’ৰাৰ নাম ।
: তেন্তে হাচমত পাগল নে পাগলী হ’ব ?
: পাগল হ’ব ।
: তেন্তে চনু নিগমে হাচমত পাগলী বুলি কিয় গাইছে ?
: হা হা হা হা ..
: হাঁহিছা কিয় ?
: গানটোত হাচমতৰ কথা কোৱা নাই নহয় !
: তেন্তে ?
: হিৰোই হিৰোইনক হাঁহিবলৈ মানা কৰিছে – হাঁস মত পাগলী । প্যাৰ হো যায়েগা ।
: ধেৎ তেৰি !
: হা হা হা হা …

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *