ফটাঢোল

কৌতুক – অনিমা দাস

কনটিলৌ-কালি তহঁতৰ দোকানৰ ৰসগোল্লা খাইছিলোঁ ভালেই লাগিছিল।তোৰ দেউতাৰাইতো তোক দোকান ৰখিবলৈ দি প্ৰায়েই বাহিৰলৈ যায়। তোৰ লোভ নেলাগেনে? মই হ’লেতো কিমানটা ৰসগোল্লা খালোঁহেতেন ঠিক নাই।

পিটকণ – লোভটো লাগেই। দেউতাই কেইটা ৰসগোল্লা থৈ যায় সদায় গণি থয়, সেইবাবে খাব নোৱাৰি। মই ৰসগোল্লা চুহি ৰস খিনি খাই একে ঠাইতে থৈ দিওঁ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *