প্ৰাপ্তি – ইন্দ্ৰানী শৰ্মা
সাগৰ ভাল পোৱা?
ওহোঁ.. নাপাওঁ।
জোনাক ভাল পোৱা?
নাহ.. নাপাওঁ।
তৰা ভৰা আকাশ?
ওহোঁ.. নাপাওঁ।
অদ্ভুত! কি ভাল পোৱা তুমি?
বহুত কিবাকিবি!
এই যে আমি বহি আছোঁ বননিডৰা
তাৰ প্ৰতিজোপা দূবৰি মই ভাল পাওঁ।
সেই যে মানুহৰ খোজত উৰি যোৱা ধূলিকণাবোৰ
আৰু লগতে কিছুমান কিচিৰ মিচিৰ শব্দ
সেই সকলোবোৰ ভাল পাওঁ মই
যাক মই ভালপাওঁ..তাক মই চুই চাব বিচাৰোঁ
কঢ়িয়াই লৈ ফুৰিব খোজোঁ প্ৰাপ্তিৰ অনুভৱ
সমগ্ৰ সত্বা জুৰি আৱৰি ৰাখিম মোৰ ভালপোৱাবোৰ… সদায়ে
অপ্ৰাপ্তি মোৰ অকাম্য।
☆★☆★☆
8:17 pm
val lagil
8:17 pm
ভাল লাগিল।
8:19 pm
সুন্দৰ
8:46 pm
Val lagil
10:26 pm
ভাল লাগিল
8:56 pm
Best
11:59 am
Val lagil Indrani baa
9:05 pm
Vl lgil ba
9:23 pm
Xundor anubhab
9:52 pm
Dhunia kobita
10:04 pm
Emn val hua nai..kiba kobit kobita nai loga… Kobota bulile ami ji valbu ba ji anuvob hoi hei2 hua nai…bt sesta je korise hei2 val lagil..aru olp anuvob kori likhib sesta korib…
10:04 pm
Xundar
10:11 pm
Val lagil
10:23 pm
সুন্দৰ
10:34 pm
প্ৰাপ্ত হওঁক আপোনাৰ প্ৰাপ্তি ।।
11:10 pm
অতি সুন্দৰ হৈছে।
12:54 am
খুব সুন্দৰ
6:43 am
সুন্দৰ
2:11 pm
বৰ ধুনীয়া হৈছে ।
2:12 pm
বৰ ধুনীয়া হৈছে ।
6:22 pm
Val lgil
11:13 am
Val lagel
5:12 pm
Val lagil
8:48 am
Apuner likhoni bur bor val lagey
12:05 pm
Xosakoi xundor anubhob
6:47 pm
Val lgl porhi
8:54 am
ভাল লাগিল কবিতা কেইশাৰী পঢ়ি ।
11:19 pm
কবিতাত মনৰ অনুভব বোৰ প্ৰকাশ কৰা হয় । কিন্তু অনুভৱবোৰ পোনপটীয়াকৈ প্ৰকাশ নকৰি তাক এক কাব্যিক ৰূপ দিয়া হয় । সঠিক শব্দৰ ব্যৱহাৰ আৰু তাৰ উপস্থাপন শৈলীয়ে কবিতাত প্ৰাণৰ সঞ্চাৰ কৰে । কিন্তু এটা কথা ঠিক যে কবিতা লিখা বৰ উজু নহয় । লোক সাহিত্য অধ্যয়ন নকৰাকৈ লিখা কবিতাৰ আয়ুস বৰ কম । আপুনি চৰ্চা অব্যাহত ৰাখক ।