ফটাঢোল

কৌতুক – শান্তনু বৰপূজাৰী

 

আজি ৰাতিপুৱাই

পত্নী : হেৰা শুনিছানে, তোমাৰ লগৰটোৱে যে সেই পাগলীজনীক বিয়া পাতিবলৈ লৈছে তুমি মানা নকৰা কিয়?

পতি : মৰক সি, মই কিয় মানা কৰিম, সি মোক মানা কৰিছিল নেকি?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *