ফটাঢোল

কৌতুক -পাৰ্থসাৰথি ভূঞা

এইবাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছদিনাৰ কথা৷  AAP সমৰ্থক সকলৰ আনন্দৰ সীমা নাই৷ দিল্লীৰ পেট্ৰল পাম্পত কাম কৰা তেনে এজন AAP সমৰ্থক ল’ৰাক, মানুহ এজনে গাড়ীত তেল ভৰাবলৈ আহি সুধিলে:
: ভাইটি, আজি ডিজেলৰ কি ৰেট হে?
: দাদা, আপে এইবাৰ যিমান চিট পালে প্ৰায় সিমান! ল’ৰাটোৱে উত্তৰ দিলে আৰু সুধিলে আপোনাক কেইলিটাৰ দিম দাদা?
মানুহজনে ক’লে, দিয়া, বিজেপিয়ে যিমান চিট পালে সিমান লিটাৰ ভৰাই দিয়া৷
ঠিক আছে বুলি ল’ৰাটোৱে তেল দিবলৈ লৈ টেংকীৰ ঢাকনিখন খুলি খুলি মানুহজনক ক’লে,
: দাদা, মিটাৰত কংগ্ৰেছক চাই লব!
☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *