ফটাঢোল

ধাৰ(অণু গল্প)- উৎপল জোনাক হাজৰিকা

“আআই!” নিজৰ স্ফীত উদৰত হাত থৈ ভিক্ষাৰ হাত মেলি দিয়া বোবা বলিয়া মানুহজনীক দেখি ‘মা’ শব্দটো শুনিবলা উন্মুখ হৈ থকা বাসৱীৰ নিজকে ভিক্ষাৰী যেন লাগিল। গাড়ীৰ দৰজা খুলি তাইক টানি কাষত বহোৱাই বাসৱীয়ে ড্ৰাইভাৰক আদেশ দিলে, “ব’লা।”

☆ ★ ☆ ★ ☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *