ফটাঢোল

কৌতুক- শান্তনু বৰপূজাৰী

বন্ধু: তোৰ ব্ৰেকআপ কেনেকৈ হ’ল৷ সকলোতো ঠিকেই চলি আছিল!

মই: তাই কৈছিল “মই অন্যতকৈ বহুত বেলেগ “,

আৰু মই পাগলে চকলেটৰ জেগাত চিগাৰেট দি দিছিলোঁ হাতত৷

☆ ★ ☆ ★ ☆

One comment

  • দীপ বৰা

    সাংঘাটিক বেলেগ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *