কৌতুক- বিজয় মহন্ত
শিক্ষক: কছোন বিজয় আটাইতকৈ পূৰণি জীৱ কোনটো
বিজয়: ছাৰ জেব্ৰা
শিক্ষক: জেব্ৰা ? কেনেকৈ ?
বিজয়: ছাৰ বাকী সকলো জীৱই ৰঙীন, অকল জেব্ৰাহে ব্লেক এন্দ হোৱাইট৷গতিকে জেব্ৰাই আটাইতকৈ পূৰণি জীৱ হব৷
☆ ★ ☆ ★ ☆
শিক্ষক: কছোন বিজয় আটাইতকৈ পূৰণি জীৱ কোনটো
বিজয়: ছাৰ জেব্ৰা
শিক্ষক: জেব্ৰা ? কেনেকৈ ?
বিজয়: ছাৰ বাকী সকলো জীৱই ৰঙীন, অকল জেব্ৰাহে ব্লেক এন্দ হোৱাইট৷গতিকে জেব্ৰাই আটাইতকৈ পূৰণি জীৱ হব৷
☆ ★ ☆ ★ ☆
11:38 pm
হাঃ হাঃ…উপস্থিত বুদ্ধি মানিছোঁ দেই..
12:58 pm
হ’বও পাৰে, ??