ফটাঢোল

কৌতুক – বিজয় মহন্ত

দেবজিতে বহুতবাৰ ফোন কৰিও ফোনৰ লাইনটো মিলাব নোৱাৰি ইমানদিনে কথাপাতি থকা গৰাকীক মেচেজকে কৰি দিলে “অ’ জান! তোমাক বহুত মিচ কৰিছো৷ তোমাক নাপালে মই সঁচাকৈ মৰি যাম”

সিফালৰ পৰা অহা ৰিপ্লাইটোত দেবজিতৰ কোনোমতে হে হাৰ্ট এটেক নহ’ল৷ ৰিপ্লাইটো আছিল” কোন ক’ত মৰিব ওলাইছে? মোৰ মবাইলটো বেয়া হৈ সকলো নম্বৰ নোহোৱা হৈ গ’ল৷”

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *