ফটাঢোল

কৌতুক – বিজয় মহন্ত

কাজিয়া লাগি ঘৈণীয়েক মাকৰ ঘৰলৈ গুচি গ’ল৷ বেচেৰা গিৰিয়েকে বাৰে বাৰে তাইলৈ ফোন কৰি থাকে৷ ফোনটো ধৰে শাহুৱেকে৷

শাহু : কিমানবাৰ কৈছোঁ তাই তোমাক বেয়া পাইছে আৰু তাই কাহানিও তোমাৰ ঘৰলৈ ঘূৰি নাযায়৷ কোৱাৰ পিছতো তুমি বাৰে বাৰে কিয় ফোন কৰি আছাহে?

গিৰিয়েক : ( সন্তুষ্টিৰে) আপোনাৰ এই কথাখিনি শুনি কিমান ভাল লাগে, আপুনি কি বুজিব৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *