ফটাঢোল

শান্তি-কৃষ্ণ দাস

কাজিয়া লাগি ঘৈণীয়েক মাকৰ ঘৰলৈ গুছি গ’ল৷ বেচেৰা গিৰিয়েকে বাৰে বাৰে তাইলৈ ফোন কৰি থাকে৷

ফোনটো ধৰে শাহুৱেকে৷

শাহু : কিমানবাৰ কৈছোঁ, তাই তোমাক বেয়া পাইছে আৰু তাই কাহানিও তোমাৰ ঘৰলৈ ঘূৰি নাযায়৷ কোৱাৰ পিছতো তুমি বাৰে বাৰে কিয় ফোন কৰি আছা হে?

গিৰিয়েক : (সন্তুষ্টিৰে) আপোনাৰ এই কথাখিনি শুনি কিমান ভাল লাগে, আপুনি কি বুজিব৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *