ফটাঢোল

বিগ ব্ৰেকিং -পৰাশৰ কলিতা

সাংবাদিক-

: উছেইন বল্ট আপুনি ইমান তীব্র বেগত কেনেকে দৌৰিব পাৰে?

উছেইন বল্ট-

: একেবাৰে চিম্পল, দৌৰাৰ আগত মই কল্পনা কৰি লওঁ যে অসমৰ সংগঠনবিলাকে মোৰ ওচৰলৈ চান্দা বিচাৰি আহিছে তাৰ পিছত মই ভাবোঁ যে মই কেনেকৈ ইহতক চান্দা দিয়াৰ পৰা বাছিম ! বছ ইমানেই “দৌৰ বল্ট দৌৰ”।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *