ফটাঢোল

কৌতুক-মিলন চন্দ্ৰ দাস

শিক্ষক–সদায় আহাৰ খোৱাৰ আগেয়ে ভগবানক প্ৰাৰ্থনা কৰিব লাগে। ৰাজু , কোৱাচোন তুমি সদায় সেইটো কৰানে? 

ৰাজু–ছাৰ সদায় নকৰোঁ। 

শিক্ষক– সদায় কিয়  নকৰা? 

ৰাজু–মায়ে ভাত বনালে সোৱাদ হয়।সেয়েহে ভগবানৰ নাম নোলোৱাকৈ খাব পাৰি। দেউতাই বনালে একো সোৱাদ নহয় বাবে ভগবানৰ নাম লৈ খাব লগা হয়!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *