ফটাঢোল

কৌতুক-ভাস্কৰজ্যোতি আৰান্ধৰা

চৰকাৰে নিৰ্দেশ এটা জাৰি কৰিলে!!

দুচকীয়া বাহন চলাওঁতে ড্ৰাইভাৰ মহিলা বা পুৰুষেই হওক হেলমেট পৰিধান কৰাটো জৰুৰী ।

এই খবৰটো শুনি পত্নীয়ে আলমিৰাটো খুলি কৈছে – “হে ভগৱান!! এতিয়া ইমানবোৰ মিলোৱা হেলমেট  কিনিব লাগিব…..!”

এই কথাটো পতিয়ে শুনাৰ পাছত ঘৰৰ স্কুটিখনেই বিক্ৰী কৰি দিলে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *