ফটাঢোল

কৌতুক- কাবেৰী মহন্ত

পুৰুষৰ জীৱনটো কেনেকৈ  সলনি হৈ যায়  অলপ লক্ষ্য কৰিব –
বিয়াৰ আগতে  – হিৰো নং  1
বিয়াৰ পিছত  – কুলী নঃ 1
বিয়াৰ আগত  – মই প্ৰেমত পৰিলো
বিয়াৰ পিছত  – এয়া মই কি কৰিলো
বিয়াৰ  আগত  –  তুমি মোক এৰি নাযাবা
বিয়াৰ পিছত  – তুমি মোৰ জীৱনটো নাখাবা
বিয়াৰ আগত – তোমাৰ অবিহনে থাকিব নোৱাৰো
বিয়াৰ পিছত  – তোমাৰ সৈতে থাকিব  নোৱাৰো
বিয়াৰ আগত  – কিবা এটা কোৱা
বিয়াৰ পিছত  – অলপ সময়টো মনে মনে থাকা
বিয়াৰ  আগত  – আই লভ ইউ
বিয়াৰ পিছত  – আজি আকৌ আলু
বিয়াৰ আগত – লগ কৰিবলৈ কেতিয়া আহিবা

বিয়াৰ পিছত  – মা ঘৰলৈ কেতিয়া যাবা.

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *