ফটাঢোল

ফটা লিমাৰিক – ধনজিত বৰুৱা

বজাৰত ঘূৰা এজনী কুখ্যাত বুঢ়ী ছাগলী
অফিচাৰজনৰ কাগজ কামুৰি আধাই নিলে টপালি
অবুজন তাই ভেবেলী
মক্কেলক পালে আবেলি
লাখটকীয়া চহীবোৰক দুয়োটাই ৰাতিটো আছে পাগুলী

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *