কৌতুক – বিকাশ দত্ত
প্ৰথম বন্ধুঃ
“ভাই কবিতাবোৰ বৰ ভাল লাগে।
দ্বিতীয় বন্ধুঃ (অকণো মনোযোগ নিদিয়াকৈ) “হুম”
-তাৰ চকু ম’বাইলত তেতিয়া।”
প্ৰথম বন্ধুঃ
“তুমিতো জানাই এই কবিৰ আৰু বুলিবলে একো নাই, এটা মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই!”
দ্বিতীয় বন্ধুঃ (কেৰাহীকৈ চাই)
“তই চুপ থাকিবি নে??? মই গেমটোত কনচেন্ট্ৰেট কৰিব পৰা নাই জান নে নাই!!”
প্ৰথম বন্ধুঃ (সি একদম কবিতাত মগন)
“প্ৰেম ছাগে এনেকুৱাই,আভৰণ খুলি হিঁয়া জুৰাই!”
দ্বিতীয় বন্ধুঃ (প্ৰথম বন্ধুক বগৰাই লৈ ঘুচিয়াই ঘুচিয়াই)
“তইচোন বাৰু জানই, কবিতাবোৰ যে মোৰ মূৰৰ ওপৰেৰে যাই!”
☆★☆★☆