কৌতুক – সঞ্জীৱ মজুমদাৰ
মোৰ ল’ৰা অদ্বিতীয়ই সুধিছে,
“পাপা, চান্তাক্লজ মহিলা নে পুৰুষ?
মই অকণমান চিন্তা কৰি কলো,
“মহিলা হোৱা হলে বছৰৰ পিছত বছৰ ধৰি, একেযোৰ কাপোৰকেই পিন্ধি কেতিয়াও নাহিলে হয়। গতিকে পুৰুষেই হব নিশ্চয়!”
☆★☆★☆
মোৰ ল’ৰা অদ্বিতীয়ই সুধিছে,
“পাপা, চান্তাক্লজ মহিলা নে পুৰুষ?
মই অকণমান চিন্তা কৰি কলো,
“মহিলা হোৱা হলে বছৰৰ পিছত বছৰ ধৰি, একেযোৰ কাপোৰকেই পিন্ধি কেতিয়াও নাহিলে হয়। গতিকে পুৰুষেই হব নিশ্চয়!”
☆★☆★☆
1:40 pm
Right..