ফটাঢোল

বাঘ আৰু গাধ – ভাস্কৰ গগৈ

এদিন এটা বাঘ আৰু গাধৰ মাজত তর্ক হ’ল। বাঘে ক’লে আকাশখন নীলা আৰু গাধই কলে কলা।দুয়োটাই ৰাজ দৰবাৰ পালেগৈ।ৰজাই বিবাদ শুনি বাঘক জেইলত ভৰাবলৈ আদেশ দিলে।বাঘে কলে মইটো শুদ্ধ আছিলো, মোক কিয় জেইল দিলে?
ৰজাই কলে, তই গাধৰ লগত তর্ক কৰিছিলিয়ে  বা কিয়?

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *