ফটাঢোল

“বাৰ্থডে” –ডা: পাৰ্থসাৰথি ভূঞা

ৱাইফৰ বাৰ্থডেৰ নিশা দিয়া পাৰ্টিটোত সকলোৱে খানা পিনা কৰি নাচি বাগি থকাৰ মাজতে, অকণমান আঁতৰি আহি নিজৰ গিলাছটোৰ পৰা আৰু অলপ বিলাতী সুৰা পান কৰি দত্তই বেঁকা হাঁহি এটা মাৰি বৰুৱাক কলে

“বুজিছে বৰুৱা, আজি অনুভৱ কৰিছোঁ, মানৱ সভ্যতাৰ আজিলৈকে আবিষ্কাৰ হোৱা আটাইতকৈ কামৰ বস্তুটো হৈছে ফেচবুক, আজি ফেচবুকে চিৰিমতীৰ বাৰ্থডে বুলি মনত পেলাই নিদিয়া হলে, হে হে বুজিছেই আৰু মোৰ কি গতি হল হেতেন!”

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *