ফটাঢোল

বিভিন্নজনৰ একলম – বিজু বুঢ়াগোহাঁ‌ই

ফেচবুকৰ সংস্পৰ্শলৈ অহাৰ কিছুদিন পিছতেই হাস্য-ব্যঙ্গ গোট ‘ফটা ঢোল’ৰ সদস্য হৈছিলোঁ। তাৰপিছতেই যোৱাবছৰ জুলাই মাহত গোটৰপৰা এখন মাহেকীয়া ই-আলোচনী ওলাইছিল। আৰু তেতিয়াৰেপৰা মই অলোচনীখনৰ নিয়মীয়া পঢ়ুৱৈ। আন লিখাসমূহ সম্পাদনা কৰাৰ লগতে প্ৰতিমাহৰে সম্পাদকীয়কেইটা বৰ ধুনীয়াকৈ প্ৰত্যেকজন সম্পাদকে লিখি উলিয়ায়। আলোচনীখন আটকধুনীয়াকৈ আমাক প্ৰতিমাহে পঢ়িবলৈ দিয়াৰ বাবে প্ৰত্যকজন সম্পাদক তথা আলোচনীখনৰ লগত জড়িত ব্যক্তিলৈ ধন্যবাদ জনালোঁ। শেষত আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    অশেষ ধন্যবাদ মতামতটোৰ বাবে ভনী

    Reply
  • হেমন্ত কাকতি

    মন্তব্যটো পঢ়ি সুখী হলো বিজু৷ ফটাঢোলৰ যাত্ৰাত সংগী হিচাবে পাই ভাল পালো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *