চেও -কৌশিক দাস
আমাৰ গাঁও
আকালৰ
টুলুঙা নাও ।
ভৰঁলুৱা ভাও—-
শোষণৰ তুংগতো
নিমাওমাও ।।
কিমান তললৈ
নামি যাওঁ……
কাৰ ওপৰলৈ
কিমান চাওঁ ???
■■
আমাৰ গাঁও
আকালৰ
টুলুঙা নাও ।
ভৰঁলুৱা ভাও—-
শোষণৰ তুংগতো
নিমাওমাও ।।
কিমান তললৈ
নামি যাওঁ……
কাৰ ওপৰলৈ
কিমান চাওঁ ???
■■
11:35 am
ধুনীয়া কৌশিক।
1:20 pm
হয় ।
6:21 pm
ভাল লাগিল কৌশিক।
6:57 pm
বঢ়িয়া লাগিল কৌশিক ৷ অলপ দীঘলীয়া কৈ লিখিবা চোন!
6:13 am
ভাল লাগিল দাদা ।